মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰিমিয়াৰ লীগৰ খেল স্থগিত...


10/09/2022 13:54:56 PM   Moutushi         373







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৃহস্পতিবাৰে মৃত্যু হোৱা ৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি সন্মান জনাই প্ৰিমিয়াৰ লীগে এই সপ্তাহৰ শেষৰফালে অনুষ্ঠিত হ'বলগীয়া সকলোবোৰ মেচ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে অহা সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ'বগীয়া খেলখনো পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

"মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই, এই সপ্তাহৰ প্ৰিমিয়াৰ লীগৰ মেচ ৰাউণ্ড পিছুৱাই দিয়া হ'ব," ই এক বিবৃতিযোগে জানিবলৈ দিয়ে। লীগৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :