কলকাতাত ইডিৰ অভিযান : ব্যৱসায়ীৰ ঘৰত ১৭ কোটি টকা জব্দ


11/09/2022 19:07:09 PM   Moutushi         16







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কলকাতাত এজন ব্যৱসায়ীৰ ঘৰত ইডিয়ে চলোৱা অভিযানত জব্দ কৰা হৈছে ১৭ কোটিৰো অধিক টকা। উল্লেখযোগ্য যে অবৈধ ধন সৰবৰাহৰ সন্দেহত শনিবাৰে ইডিয়ে ৬ স্থানত এই অভিযান চলাইছিল।

কলকাতাৰ গাৰ্ডেন ৰীছ অঞ্চলত চলোৱা অভিযানত উদ্ধাৰ হোৱা ধন গণিবলৈ ধন গণা মেচিন আনিবলগীয়া হয়। আমিৰ খান নামৰ ব্যৱয়ায়ী জনৰ বাসগৃহত আৰু ব্যাৱসায়ীক প্ৰতিষ্ঠানত ইডিয়ে পুৱাৰ পৰাই এই অভিযান চলাইছিল।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :