বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে


20/09/2022 13:59:38 PM   Moutushi         960







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঞ্জাৱ লোক কংগ্ৰেছ দলৰ সভাপতি অমৰিন্দৰ সিঙে আজি যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত। কেৱল মন্ত্ৰী গৰাকীয়েই নহয় বৰং সমগ্ৰ দলটোৱেই চামিল হ'ব আজি বিজপিৰে সৈতে। মন্ত্ৰী গৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত আজি নতুন দিল্লীত বিজেপিত যোগদান কৰিব। এই সিদ্ধান্ত ঘোষণা কৰে, পাঞ্জাৱ লোক কংগ্ৰেছৰ মুখপাত্ৰ প্ৰিতপাল সিং বালিৱালাই।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :