২ হাজাৰ নামঘৰৰ পৰিচয়মূলক ঐতিহাসিক তথ্য সম্বলিত গ্ৰন্থৰ বাবে তথ্যৰ আহ্বান


20/09/2022 14:04:01 PM   Moutushi         103







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰ প্ৰাঙ্গনত ডিচেম্বৰৰ ২ তাৰিখৰ পৰা ৪ তাৰিখলৈ অনুষ্ঠিত হ'ব এক বিশেষ অনুষ্ঠান। ৰাজ্যৰ প্ৰায় ২ হাজাৰটা নামঘৰৰ প্ৰতিনিধিৰ উপস্থিতিত নাম, খোল, তাল, শংখ, নাগৰাবাদনেৰে উক্ত দিন কেইটাত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব ব্ৰহ্মপুত্ৰৰ বালিচৰ।

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ২ হাজাৰ নামঘৰৰ পৰিচয়মূলক ঐতিহাসিক তথ্য সম্বলিত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থও প্ৰকাশৰ যো-জা চলোৱা হৈছে। সেয়েহে আয়োজকসকলে এই গ্ৰন্থৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহত সৰ্বসাধাৰণ ৰাইজৰো সহায়, সহযোগিতা আশা আন্তৰিকাতে বিচাৰিছে




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :