ৰাজনৈতিক স্বাৰ্থত জল আবন্টন কৰা হৈছে কুশিয়াৰা নৈৰ


21/09/2022 13:04:33 PM   Moutushi         764







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৰাকৰ জনগণ তথা নিৰ্বাচিত বিধায়ক-সাংসদক অন্ধকাৰত ৰাখি যোৱা ৬ ছেপ্তেম্বৰত নতুন দিল্লীত বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ উপস্থিতিত ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত হয় কুশিয়াৰা নৈৰ জল আবন্টনৰ চুক্তি। অথচ এই চুক্তিত কি আছে অথবা বৰাক উপত্যকাত এই চুক্তিৰ কি প্ৰভাৱ হ'ব পাৰে সৈই সন্দৰ্ভত আজিকোপতি নিৰৱে আছে ৰাজনৈতিক দল-সংগঠন তথা বুদ্ধিজীৱি সকল। এনে পৰিস্থিতিত এই চুক্তিৰ বিতং তথ্যসহ বৰাক উপত্যকাত এই জল আবন্টনৰ ফলত পৰিব পৰা সাম্ভাব্য প্ৰভাৱৰ বাবে সমীক্ষাৰ ৰিপ'ৰ্ট প্ৰকাশ কৰিবলৈ দাবী জনাই বৰাক ডেম'ক্ৰেটিক ফ্ৰ'ন্টে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :