বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কৰচোং সত্ৰত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান


21/09/2022 13:13:19 PM   Moutushi         56







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এখন সত্ৰত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান। সত্ৰ-নামঘৰত সাধাৰণতে তিথি, মহোৎসৱ, ভাওনা, সবাহ অনুষ্ঠিত হয়। কিন্তু সত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৃৰ উপস্থিতিত নামঘৰত অনুষ্ঠিত হ'ল এক সম্বৰ্ধনা অনুষ্ঠান। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কৰচোং সত্ৰত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান। যোৱা ১৮ ছেপ্টেম্বৰত অসম চৰকাৰৰ অৰক্ষী বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হয়। এই নিযুক্তিৰ ফলাফলত কৰচোং সত্ৰৰ তিনিজন ভকতৰ পুত্ৰ-কন্যাই লাভ কৰিছে নিযুক্তি।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :