বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ এজন


21/09/2022 14:15:42 PM   Moutushi         547







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অৱশেষত লামডিং আৰক্ষীৰ জালত কিশোৰী ধৰ্ষণৰ অভিযুক্ত। ঘটনাৰ কেইবাদিন পাছত গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক।

ঘটনাৰ বিৱৰণী অনুসৰি লামডিঙত ৯ চেপ্টেম্বৰত সংঘটিত হৈছিল এক জঘন্য ঘটনা। এজন পাষাণৰ কামনাৰ বলি হৈছিল এটি ১৫ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰী ৷

লামডিং হাতীখুলী দীপক গৌৰ নামৰ যুৱকজনে চুবুৰীৰে এজন কিশোৰী গৰাকীৰ লগত খেলাৰ চলেৰে যৌন নিৰ্যাতন কৰি পলায়ন কৰিছিল।

পৰৰ্ৱতী সময়ত কিশোৰী গৰাকীৰ পিতৃয়ে লামডিং থানাত গোচৰু ৰুজু কৰিছিল ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :