বকোত পূৰ্ণাঙ্গ ক্ৰীড়াক্ষেত্ৰ নিৰ্মাণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান


21/09/2022 14:20:21 PM   Moutushi         110







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কামৰূপ জিলাৰ বকোত পূৰ্ণাঙ্গ ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ দাবীত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত মঙ্গলবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে ।

বকো ক্ৰীড়া সন্থাৰ সভাপতি আৰু সম্পাদকসহ ৫ জনীয়া দল এটাই অভিভাৱক মন্ত্ৰী গৰাকীক সচিবালয়ত প্ৰদান কৰে স্মাৰকপত্ৰ । বকো ক্ৰীড়া সন্থাৰ দলটোত আছিল ক্ৰমে - সভাপতি অৰ্জ্জুন চেত্ৰী , সম্পাদক সুমিত ৰাভা, উপ-সভাপতিদ্বয় প্ৰৱীন তালুকদাৰ, ৰজিত বড়ো আৰু কাৰ্যকৰী সদস্য পদ্মলোচন দাস




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :