হাতীগাঁৱত আটক পি এফ আইৰ নেতা


22/09/2022 12:22:54 PM   Moutushi         30







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দেশজুৰি পি এফ আইৰ বিৰুদ্ধে এন আই এৰ অভিযান অব্যাহত থকাৰ মাজতেই মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ পি এফ আইৰ নেতা । দেশৰ সৰ্বমুঠ ১০ খন ৰাজ্যত এই অভিযান চলাইছে এন আই এয়ে । আৰু এই অভিযানত এন আই এক সহযোগ কৰিছে ইডিয়ে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ উদ্যোগত চলা এই অভিযানত ইতিমধ্যে তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অসমত আটক কৰা হৈছে ১০০ৰো অধিক সৰু-বৰ নেতা আৰু দলীয় কৰ্মীক । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ভাষ্য অনুসৰি, ই বৰ্তমানলৈ দেশৰ সৰ্ব বৃহৎ অভিযান ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :