আজি প্ৰতিবাদত উত্তাল হ'ব দিছপুৰ


22/09/2022 12:26:16 PM   Moutushi         54







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১২ টা জনগোষ্ঠীৰ জনজাতি কৰণত অসমৰ ৬টা জনগোষ্ঠীক পুনৰ অৱহেলা কৰাৰ অভিযোগত আজি দিছপুৰ ঘেৰাও কৰিব জনগোষ্ঠী ঐক্য মঞ্চই । দিছপুৰৰ জনতা ভৱনৰ সন্মুখত এই ৬ টা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত একত্ৰিত হ'ব প্ৰতিবাদকাৰীসকল । অসম চুক্তিৰ ৬ নং দফাৰ নামত যোৱা ৮ বছৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগত জনগোষ্ঠী সমূহে হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী বুলি মন্তব্য কৰে জনগোষ্ঠী ঐক্য মঞ্চই ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :