আলফা (স্বাধীন)ৰ হৈ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক


22/09/2022 12:27:35 PM   Moutushi         581







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যত পুনৰ আলফা (স্বা:)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক ।
মৰাণত নিষিদ্ধ ঘোষিত সংগঠনটোৰ হৈ ধন সংগ্রহ কৰাৰ অভিযোগত গ্রেপ্তাৰ এজন ।
ধেমেচী বেজপথাৰ দেওধাই গাঁৱৰ বিৰাজ গগৈ নামৰ যুৱকজনক গ্রেপ্তাৰ ।
ধন সংগ্রহ কাৰ্যত অধিক লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :