পুনৰ সোপাধৰৰা আতংকঃ গোলাঘাটত বহিঃৰাজ্যৰ সন্দেহজনক লোকক আটক কৰিলে ৰাইজে


22/09/2022 12:50:25 PM   Moutushi         54







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এইবাৰ গোলাঘাটত সোপাধৰাৰ আতংক।
গোলঘাট জিলাৰ বৰজানত সৃষ্টি হৈছে সোপাধৰাৰ আতংক।
সোপাধৰাৰ সন্দেহত ৰাইজে আটক কৰিলে এজন অচিনাক্ত ব্যক্তিক।
জানিব পৰা মতে বিগত ৩ দিনে লোকজন ঘূৰি আছিল অঞ্চলটোত।
জানিব পৰা মতে আটকাধীন লোকজন আগ্ৰাৰ।
লক্ষণ নামৰ এই সন্দেহজনকক লোকজনক চমজাই দিয়া হৈছে স্থানীয় আৰক্ষীক।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :