দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশু


22/09/2022 12:51:55 PM   Moutushi         79







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দক্ষিণ শালমাৰাৰ মুঠাখোৱাত অঘটন।
মুঠাখোৱাৰ ব্রহ্মপুত্র নদীত শিশুৰ সলিল সমাধি।
গা ধুবলৈ গৈ সন্ধানহীন শিশু।
মাতৃৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ শিশুটি।
জানিব পৰা মতে বাংলাদেশত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।
ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশে ফ্লেগ বৈঠকৰ জৰিয়তে বি এছ এফক হস্তান্তৰ কৰিছে শিশুটিৰ মৃতদেহ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :