ৰূপহীহাটত ব্ৰজপাতত আহত ভাতৃ-ভগ্নী


22/09/2022 12:52:46 PM   Moutushi         79







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰূপহীহাটত ব্ৰজপাতৰ ঘটনা।
ব্ৰজপাতত আহত একেঘৰৰ দুজন লোক।
আহত দুয়ো ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে।
ৰূপহীহাটৰ নাঙলধোৱাত সংঘটিত হৈছে এই ঘটনা।
আহতদ্বয়ক উন্নত চিকিৎসাৰ বাবে নগাওঁ চিভিল হাস্পতাললৈ প্ৰেৰণ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :