নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত হাহাকাৰ


22/09/2022 12:53:31 PM   Moutushi         83







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নগাঁও উপায়ুক্ত কাৰ্যালয়ত হাহাকাৰ ৷ এক নিৰ্দেশে হাহাকাৰ লগাইছে উপায়ুক্ত কাৰ্যালয়ত ৷ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহৰ এক নিৰ্দেশে খলকনি তুলিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ মাজত ৷

মঙ্গলবাৰে জিলা উপায়ুক্তই জাৰি কৰা এক নিৰ্দেশ মৰ্ম্মে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত ৭১ জনকৈ কৰ্মচাৰীক বদলি কৰা হৈছে ৷ নগাঁও প্ৰশাসনিক জিলা হিচাপে ৭১ জনকৈ কৰ্মচাৰীক কৰা ৰ’দ বদল এক ইতিহাস হিচাপে পৰিগনিত হৈছে ৷ পূৰ্বতে এনে ৰ’দ বদলৰ নজিৰ নাই নগাঁও উপায়ুক্ত কাৰ্যালয়ত ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :