বি পি এফ দলৰ অৱস্থান ধৰ্মঘট


22/09/2022 12:55:38 PM   Moutushi         86







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চৰকাৰী ভূমি নীতি বহিৰ্ভূত ভাৱে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষক আবন্টন দিয়া কাৰ্য বন্ধ কৰাৰ দাবীত বুধবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা বি পি এফৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ৩ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই সন্দৰ্ভত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বি পি এফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই কয় যে বি টি চিত ইউ পি পি এলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা কাজলগাঁও পৌৰসভাৰ অন্তৰ্গত চৰকাৰী ভূমি সমূহ বিভিন্ন দল সংগঠনৰ উপৰি ব্যক্তি বিশেষৰ নামত যধে মধে আবন্টন দিয়া পৰিলক্ষিত হৈছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :