কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? নিৰ্বাচনৰ দিন ঘোষণা


23/09/2022 14:05:08 PM   Moutushi         418







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
১৭ অক্টোবৰত কংগ্রেছৰ সভাপতি নিৰ্বাচন।
মনোনয়ন দাখিলৰ দিন ২৪ৰ পৰা ৩০ ছেপ্টেম্বৰ।
১ অক্টোবৰত পৰীক্ষা কৰা হ’ব মনোনয়ন।
মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৮ অক্টোবৰ।
১৯ অক্টোবৰত ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :