১০০ ৰো অধিক পিএফআই সদস্য গ্ৰেপ্তাৰ


23/09/2022 14:06:09 PM   Moutushi         419







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সমগ্ৰ দেশ জুৰি পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া(পিএফআই)ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়া)ই অভিযান অব্যাহত ৰাখিছে। দেশৰ ১০ খন ৰাজ্যত নিয়াই চলোৱা এই অভিযানত সহায় আগবঢ়াইছে ইডিয়ে। বৃহস্পতিবাৰে সমগ্ৰ দেশতে এই অভিযান তীব্ৰতৰ কৰিছে তুলিছে নিয়াই।

নিয়াই অভিযান চলোৱা ৰাজ্য সমূহৰ ভিতৰত আছে উত্তৰ প্ৰদেশ, কেৰালা, অন্ধ্ৰ প্ৰদেশ, অসম, তেলেংগনা, কৰ্ণাটক, তামিলনাডু আদি। বৰ্তমানলৈ এই ৰাজ্য সমূহত প্ৰায় ১০০ ৰো অধিক পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :