মহালয়া উপলক্ষে লামডিঙত অনুষ্ঠিত কৰা হয় "মহিষাসুৰমৰ্দিনী" গীতি নাটিকা


25/09/2022 17:38:37 PM   Moutushi         4364







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
আজি মহালয়া ৷ দেৱী দুৰ্গা ধৰালৈ নামি আহি দুষ্ট শক্তিক দমন কৰি শান্তি তথা অশ্বৈৰ্য ঘূৰাই আনিব পৃথিৱীলৈ ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে মহালয়াৰ বিভিন্ন অনুষ্ঠান ৷

লামডিঙতো আয়োজন কৰা হৈছে মহালয়াৰ বিভিন্ন অনুষ্ঠান ৷ লামডিঙৰ ঐতিয্যমণ্ডিত কালিবাড়ী মন্দিৰৰ প্ৰাঙ্গনত বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ উদ্যোগত "মহিষাসুৰমৰ্দিনী" এখনি গীতি নাটিকা অনুষ্ঠিত কৰা হয় ৷

এই অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থকাৰ লগতে লামডিঙৰ শ শ লোকে গীতিনাটিকাখন উপভোগ কৰি অপ্লুত হৈ পৰা পৰিলক্ষিত হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :