সুৰেন্দ্ৰনাথ কলিতাৰ ‘প্ৰ’মিনেণ্ট ফিগাৰ্চ’ অৱ ইণ্ডিয়া’ গ্ৰন্থ উন্মোচন


02/10/2022 12:58:07 PM   Moutushi         32978







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

জীৱনী সাহিত্যৰ বিশেষ ভূমিকা আছে । জীৱনী সাহিত্যই পঢ়ুৱৈৰ হৃদয়ত ক’ব নোৱৰাকৈ ইতিবাচক প্ৰভাৱ পেলাব পাৰে । এই সাহিত্যৰ জৰিয়তে লেখকৰ ৰুচি আৰু দৰ্শনৰ বিষয়ে আমি অৱগত হ’ব পাৰোঁ । নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ প্ৰমোদ হালৈয়ে ১ অক্টোবৰত টিহুৰ হাৰিভাঙা গাঁও নিৱাসী সুৰেন্দ্ৰনাথ কলিতাৰ ৰচিত ‘প্ৰ’মিনেণ্ট ফিগাৰ্চ’ অৱ ইণ্ডিয়া’ নামৰ পুথি এখন উন্মোচন কৰি ভাষণ প্ৰসংগত এইদৰে কয় ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :