কলকাতাৰ এখন দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত মহাত্মা গান্ধী


04/10/2022 11:30:01 AM   Moutushi         4165







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দুৰ্গা পূজাৰ আজি তৃতীয়টো দিন। আজি মহা অষ্টমী পূজা। পূজাৰ মাজতেই কলকাতাত দেখা গ'ল এক আচৰিত দৃশ্য। দুৰ্গা গোঁসানীয়ে মহিষাসুৰক বধ কৰাৰ পৰিৱৰ্তে দেখা গ'ল জাতিৰ পিতা মহাত্মা গান্ধীক বধ কৰাৰ দৃশ্য।

কলকাতাৰ কচবা নামৰ অঞ্চলত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাৰ অসুৰৰ স্থানত মহাত্মা গান্ধী সদৃশ মূৰ্তি স্থাপন কৰা হয়। এতিয়া সেই পূজাৰ ফটো বিয়পি পৰা সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :