নগাঁৱত ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' গ্ৰন্থ উন্মোচন


14/10/2022 14:50:58 PM   Moutushi         30675







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

বৃহস্পতিবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গ্ৰন্থবিপনী বুক নুক কেফেত ডাঃ বৰাৰ নতুন গ্ৰন্থ ভক্তিৰ অনিৰুদ্ধ যাত্ৰাৰ উন্মোচন কৰা হয়। এক ব্যতিক্ৰমী ৰূপেৰে গ্ৰন্থখন উন্মোচন কৰি কৰি লগতে কয় যে তৃণমূল পৰ্যায়ৰ ধৰ্মীয় জাগৰণ যাৰ ফলত আমি শংকৰদেৱ সংঘৰ নিচিনা অনুষ্ঠানসমূহ পাইছো।


আৰু ৰক্ষণশীলতাৰ গৰাহত সুমাই পৰা সত্ৰৰ বৈষ্ণৱ জনক আমি নতুন ৰূপত বিচাৰি পোৱাৰ যাত্ৰাই আমাক ধৰ্মীয় চিন্তাৰ বেলেগ পথবোৰো মুকলি কৰি দিব বুলিও তেওঁ মন্তব্য কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :