বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দৌৰ


31/10/2022 11:28:04 AM   Moutushi         4811







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি আজি বটদ্ৰৱাত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দৌৰ। বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম গ্ৰামীণ জীবিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক মিন্টু ডেকাই স্বাধীন ভাৰতবৰ্ষক শক্তিশালী ৰূপত গঢ় দিয়া মহান মনীষী চৰ্দাৰ বল্লভভাই পেটেলৰ অনুপ্ৰেৰণাত সমাজৰ প্ৰতিজন লোকে অখণ্ডতা ৰক্ষা কৰি দেশক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :