ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে চিৰাঙত একতাৰ দৌৰ


01/11/2022 13:27:41 PM   Moutushi         5948







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে জাতীয় একতা দিৱস উদযাপন কৰা হয় । অসমতো প্ৰতিখন জিলাৰ লগতে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া বিভাগৰ সহযোগত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ একতাৰ দৌৰ অনুষ্ঠিত কৰে ।

কিন্তু আজিৰ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা একতা দিৱসৰ কাৰ্য্যসূচীত জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ অনুপস্থিতিক লৈ এক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কাৰণ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ কথা আছিল উপায়ুক্ত গৰাকী।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :