আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল


06/11/2022 14:11:57 PM   Moutushi         5425







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ছেবাই ৱেবছাইটযোগে ঘোষণা কৰিব ফলাফল

দিনৰ ১১ বজাত লাভ কৰিব পৰীক্ষাৰ ফলাফল

sebaonline.org ৱেবছাইটযোগে লাভ কৰিব পাৰিব ফলাফল

২৮ আগষ্টত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা

লিখিত পৰীক্ষাত ৮ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল

ছেবাই অনুষ্ঠিত কৰিছিল তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :