চতেমাৰীত নিশা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভৰ্তি টেম্প’ জব্দ


16/11/2022 17:14:46 PM   Moutushi         56







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মুকালমুৱাৰ চতেমাৰীত নিশা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভৰ্তি টেম্প’ জব্দ
চাউলসহ টেম্প’খন আবদ্ধ কৰি ৰাইজে গতাই দিয়ে আৰক্ষীক
জব্দ কৰা টেম্প’খনৰ নম্বৰ AS-25 DC 2751
টেম্প’খনত আছিল ১৫ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :