ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে


22/11/2022 13:48:04 PM   Moutushi         261







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ফিফা বিশ্বকাপত নাই ভাৰত, তথাপিও ভাৰতত ফুটবলৰ উন্মাদনা কম নহয়। বিশ্বকাপকলৈ ভাৰতীয় ফুটবল অনুৰাগীৰ এনে উন্মাদনাৰ বাবেই মুকেশ অম্বানীৰ প্ৰতিষ্ঠানে ক্ষমা খুজিবলৈ বাধ্য হ'ল।

দেওবাৰে কাটাৰাৰ অল বেইট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানে সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল। উদ্বোধনী অনুষ্ঠানৰ পিছতে আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হৈছিল প্ৰথমখে মেচ। মেচখনত কাটাৰক ইকুৱেডৰে ২ গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :