মেঘালয়ত আবদ্ধ অসমৰ ৩২খন বাহন সহ যাত্ৰী


23/11/2022 14:53:50 PM   Moutushi         581







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ মেঘালয়ত
পৰ্যটকসহ মুঠ ৩২ খন বাহন আবদ্ধ
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে বাহন কেইখন
বৰাপানীত আবদ্ধ ৭ খন বাহন
অসম-মেঘালয় সীমান্ত উত্তেজনাৰ বাবে কঠোৰ তালাচী গুৱাহাটী মহানগৰীতো
অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰাত বাধা অব্যাহত আৰক্ষীৰ




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :