ড্ৰাগছৰ আগ্ৰাসন ৰোধিবলৈ ঢকুৱাখনা আৰক্ষীৰ নতুন অস্ত্ৰ : বাটৰ নাট


24/11/2022 12:48:32 PM   Moutushi         42







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাত ব্যাপক প্ৰাদুৰ্ভাৱ ঘটা মাৰাত্মক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰি নৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এইবাৰ ঢকুৱাখনা আৰক্ষী সুকীয়া পৰিকল্পনাৰে হাতত তুলি লৈছে ব্যতিক্ৰমী অস্ত্ৰ । অবৈধ ড্ৰাগছৰ ভয়াবহ আগ্ৰাসন ৰোধৰ বাবে ঢকুৱাখনা আৰক্ষীয়ে এইবাৰ হাতত লৈছে "বাটৰ নাট"ৰ অস্ত্ৰ। নৱ প্ৰজন্মৰ মাজত এই বিষাক্ত নিচাযুক্ত সামগ্ৰীৰ নেতিবাচক প্ৰভাৱ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ধাৰাবাহিক হাৰত বাটৰ নাট আৰু সজাগতামূলক সভা অনুষ্ঠিত কৰাত ব্ৰতী হৈছে ঢকুৱাখনা আৰক্ষীয়ে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :