লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ


24/11/2022 12:49:35 PM   Moutushi         114







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কামৰূপ জিলাৰ বকোত বুধবাৰে বকো থানাৰ উদ্যোগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰে । সেই উপলক্ষে প্ৰথমতে ৰাতিপুৱা এক বিশাল শোভাযাত্ৰা উলিয়াই । ইয়াৰ পিচতে বকো হাইস্কুলৰ খেলপথাৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে । আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ ড৹ গণেশ্বৰ চহৰীয়াই বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে বাখ্যা কৰাৰ উপৰিও কেনেধৰণে মোগলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে বাখ্যা কৰে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :