গৰৈমাৰীত যন্ত্ৰচালিত নাও দুৰ্ঘটনাতপতিত


24/11/2022 13:33:26 PM   Moutushi         62







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বুধবাৰে নিশা গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।
যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাত সংঘটিত এই দুৰ্ঘটনা।
কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আছিল নাওখন।
ব্রহ্মপুত্রৰ আলিকাষ পাৰঘাটত সংঘটিত এই দুৰ্ঘটনা।
নাওখনত আছিল ২০ৰো অধিক গৰু, কেইবাজনো লোক।
বৰ্তমানলৈ কোনো যাত্রী হতাহত হোৱা নাই।
অৱশ্যে নাওখনত থকা কেইবাটাও গৰু সন্ধানহীন।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :