মাজুলীত পাৰ্কুপাইনত খুন্দা মাৰি বিকল ফেৰী


24/11/2022 13:35:01 PM   Moutushi         64







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মাজুলীত পাৰ্কুপাইনত খুন্দা মাৰি বিকল ফেৰী
এছ বি বৈষ্ণৱী নামৰ ফেৰীখন আৱদ্ধ ব্রহ্মপুত্রত
কমলাবাৰীৰ পৰা নিমাতিলৈ ৰাওনা হৈছিল ফেৰীখন
প্রচণ্ড কুঁৱলীৰ বাবে ফেৰীখনে খুন্দা মাৰে পাৰ্কুপাইনত
শতাধিক যাত্রীসহ ব্রহ্মপুত্রত আৱদ্ধ এছ বি বৈষ্ণৱী
তিনিখন চাৰিচকীয়া বাহনসহ প্রায় ৩০খন বাইক আছিল ফেৰীখনত




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :