দিল্লীত ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' শীৰ্ষক আলোচনা চক্ৰ


24/11/2022 13:37:26 PM   Moutushi         137







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' বিষয়ক আলোচনাচক্র অনুষ্ঠিত হয়।

আলোচনাচক্ৰ খন সঞ্চালনা কৰে অসমৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জিষ্ণু বৰুৱাই। লগতে আলোচকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্র গুপ্ত কাশ্যপ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাৰ লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তি।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :