সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা


24/11/2022 13:41:54 PM   Moutushi         63







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সত্রনগৰী মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলসহ আৰোহীৰ বিদ্যুতৰ খুঁটাত খুন্দা।
গুৰুতৰভাৱে আহত দুজন যুৱক।
আহত মাজুলী জালুকবাৰীৰ কৌশিক বৰা, ম’হকিনাৰ যদু শইকীয়া।
ততাতৈয়াকৈ দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্রেৰণ।
দুৰ্ঘটনাতপতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ AS-03 AE 1715।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :