হেজাৰ হেজাৰ লোকৰ আৱেগ নীলা-বগা জাৰ্ছীটো


14/12/2022 13:46:46 PM   Moutushi         1084







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এটি চুটি-চাপৰ কিন্তু গোণা ম'হৰ দৰে শক্তিশালী ল'ৰাই প্ৰতিপক্ষৰ বেহু ফালি ফুটবলটো উলিয়াই লৈ গৈছিল অনায়াসে । প্ৰচণ্ড শক্তিশালী খেলুৱৈ জনৰ ওচৰ চপাৰ পূৰ্বেও ভাবিব লগীয়া হয় প্ৰতিপক্ষৰ ডিফেণ্ডাৰে । সেই খেলুৱৈজনৰ শৰীৰত আছিল এটি নীলা-বগা জাৰ্ছী । পৰৱৰ্তী সময়ত ফুটবলৰ ৰাজকুমাৰ ৰূপে পৰিচিত হ'ল খেলুৱৈ জন । এইয়া আছিল ৮০'ৰ দশকৰ প্ৰত্যেকজন ফুটবল প্ৰেমীৰ বাবে এক পৰিচিত ছবি । খেলুৱৈ জন আছিল মাৰাডোনা ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :