19/12/2022 22:49:20 PM Moutushi 953
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ আছে ফিফা বিশ্বকাপ ২০২২। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে খেলি বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় আৰ্জেন্টিনাই।
ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ পোষ্ট। এই পোষ্ট কৰিছে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।
বৰপেটা লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে মেছিয়ে বিশ্বকাপৰ ট্ৰফী লৈ থকা এটা ফটো শ্বেয়াৰ কৰি লিখিছে যে- বহুত অভিনন্দন। আপোনাৰ যি অসমৰ লগত যি সম্পৰ্ক আছে তাক লৈ আমি গৌৰৱান্বিত।