বৃদ্ধি পাইছে আত্মহত্যাৰ সংখ্যা, উন্নতিৰ দিশে নে ৰাষ্ট্ৰ ?


21/12/2022 14:40:44 PM   Moutushi         7157







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বিশ্বত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হিংসা-হত্যা তথা নানান সমস্যা । যিবোৰৰ বাবে ক্ৰমান্বয়ে অসুখী হৈ আহিছে লোকসকল । সকলো পাহৰি কেৱল জীয়াই থকাৰ সংগ্ৰামত বৰ্তী মানুহ । হা-হুমুনিয়াহ, হতাশাৰ মাজতেই ভূটান চৰকাৰে হাতত লৈছিল এক পদক্ষেপ । বিশ্বায়নৰ দৌৰত আৱদ্ধ নাগৰিক সকলৰ বাবে লৈছিল গ্ৰছ' হেপিনেছ ইনডেক্স অৰ্থাৎ স্থূল সুখৰ সূচাংক । এই সূচাংকৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় নাগৰিক সকল সচাকৈ সুখী নে ?




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :