৬০ ৰানত ৪ টা উইকেট হেৰুওৱা অসমে গঢ়িলে ৪৪৩ ৰান


23/12/2022 19:31:22 PM   Moutushi         860







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰঞ্জী ট্ৰ'ফীত অব্যাহত আছে অসমৰ পৰাক্ৰম । দিল্লীৰ বিৰুদ্ধে দলৰ মিডল আৰু টেইল অৰ্ডাৰৰ পৰাক্ৰমী স্থিতিয়ে উভতাই আনিলে খেল খনত জয়ী হোৱাৰ আশা । প্ৰথম ইনিংছত দিল্লীয়ে ১০ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৪৩৯ ৰান । ইয়াৰ পৰিৱৰ্তে অসমে প্ৰথম ইনিংছত ৬০ ৰানৰ বিনিময়ত হেৰুৱাইছিল ৪টা কৈ উইকেট । কেৱল ৬০ ৰানতেই দলৰ শীৰ্ষ অৰ্ডাৰ খহি পৰাত থৰকাছুতি হেৰুৱাইছিল অসমে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :