29/12/2022 17:34:56 PM Moutushi 721
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰূপহীহাট আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী
জব্দ তিনিটা চাবোনৰ বাকচভৰ্তি ড্রাগছ
ধৃত সৰবৰাহকাৰীটোৰ নাম ৱাহিদুৰ ৰহমান
ৱাহিদুৰে কেৰালালৈ সৰবৰাহৰ চেষ্টা কৰিছিল ড্রাগছখিনি
জব্দকৃত ড্রাগছখিনিৰ ওজন ৪০.৫৭ গ্রাম