ৰূপহীহাট আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী


29/12/2022 17:34:56 PM   Moutushi         721







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰূপহীহাট আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী

জব্দ তিনিটা চাবোনৰ বাকচভৰ্তি ড্রাগছ

ধৃত সৰবৰাহকাৰীটোৰ নাম ৱাহিদুৰ ৰহমান

ৱাহিদুৰে কেৰালালৈ সৰবৰাহৰ চেষ্টা কৰিছিল ড্রাগছখিনি

জব্দকৃত ড্রাগছখিনিৰ ওজন ৪০.৫৭ গ্রাম




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :