30/12/2022 16:12:00 PM Moutushi 5421
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মহানগৰীত চাঞ্চল্যকৰ ঘটনা।বৃহস্পতিবাৰে অফলাইন কেব বুক কৰি এজনে লৈ গৈছিল এটা বস্তা।
কেব চালত খগেন দাসৰ গাড়ীত হিতেশ দাস নামৰ লোকজনে কমলপুৰলৈ লৈছিল। কমপুৰলৈ গৈ হিতেশ দাসে জংঘলত পেলাই দিছিল এটা বেগ।
তাৰ পাছতেই ঘটনা সন্দৰ্ভত সন্দেহ হয় কেব চালক খগেন দাসৰ।উবেৰ চালকজনে বেগ টোত কি আছিল বুলি সোধোত হিতেশ দাস নামৰ লোকজনে 'এজন বন্ধুক মাৰি পেলাই দিছোঁ" বুলি মন্তব্য কৰে।
তাৰ পাছতেই কেবচালক গৰাকী ঘটনা স্থলীৰ পৰা গুৱাহাটী পোৱাৰ লগে