অসম গ্ৰন্থমেলাত অনুষ্ঠিত হ'ব জলবায়ু পৰিবৰ্তন সন্দৰ্ভত বিশেষ আলোচনা


30/12/2022 16:16:28 PM   Moutushi         695







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। লগতে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই)-সমূহো সাংঘাটিকভাৱে জনপ্ৰিয় হৈ উঠিছে । জলবায়ু পৰিৱৰ্তনৰ বিবিধ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনীসমূহ (ক্লাই-ফাই)-ৰ বিষয়ে অসমতো আলোচনা-বিলোচনা আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :