কাছাৰৰ ভাংগাৰপাৰত জব্দ চুপাৰিভৰ্তি ট্রাক


31/12/2022 14:50:39 PM   Moutushi         672







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কাছাৰৰ ভাংগাৰপাৰত জব্দ চুপাৰিভৰ্তি ট্রাক
চুপাৰি সৰবৰাহৰ সময়তে ৰাইজে জব্দ কৰে ট্রাক দুখন
ট্রাক দুখনৰ পৰা জব্দ কেইবা কুইণ্টল বাৰ্মিজ চুপাৰী
বৰ্তমান পলাতক জব্দকৃত ট্রাক দুখনৰ চালক
ৰাইজে ভাংগাৰপাৰ আৰক্ষীক চমজাই দিয়ে ট্রাক দুখন




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Superpower truck seized Bhanagarpara Cachar