31/12/2022 14:55:47 PM Moutushi 5244
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
টিংখাঙৰ শলগুৰিত ভয়ংকৰ অগ্নিকাণ্ড
প্রথমে দোকানত চুৰি, পিছত দোকানখনত চোৰৰ অগ্নিসংযোগ
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুয়ে লয় ভয়াৱহ ৰূপ
চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সা-সামগ্রী
সমীপৰ আন দুখন দোকানতো চোৰৰ অভিযান