31/12/2022 14:57:24 PM Moutushi 674
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান
অভিযানত গাঞ্জাসহ গ্রেপ্তাৰ চাৰি সৰবৰাহকাৰী
ধৃত বিচেশ্বৰ যাদৱ, অহিদুৰ ৰহমান, খুছবু দেৱী, ললীতা দেৱী
ব্রহ্মপুত্র মেইলৰ পৰা জব্দ হয় গাঞ্জাখিনি
আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ গাঞ্জাখিনি
ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত