নৱবৰ্ষত ২৩.৫৮% বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ


31/12/2022 14:59:07 PM   Moutushi         682







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নৱবৰ্ষত ৰাজ্যবাসীলৈ আন এক উপহাৰৰ প্ৰস্তাৱ এ পি ডি চি এলৰ । সততেই ৰাজ্যবাসীক মাধমাৰ শোধাই অহাত পাকৈত এ পি ডি চি এলে নৱবৰ্ষত ২৩.৫৮% শতাংশ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে বিদ্যুৎ বিতৰণ কোম্পানীটোৱে । কোম্পানীটোৱে অহা ২০২৩-২৪ বৰ্ষৰ বাবে এই প্ৰস্তাৱ ইতিমধ্যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে । অৱশ্যে এইবাৰ গ্ৰাহকভেদে বিদ্যুৎ মাচুল বেলেগ বেলেগকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        APDCL 23.58% power tariff hike New Year