গুগল পে', ফোন পে'ক ফেৰ মাৰিবলৈ আহি গ'ল অসমৰ মোবাইল এপ 'Pay Neki'


31/12/2022 15:06:06 PM   Moutushi         672







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শ্লোগানৰে দেশত নিৰ্মিত আৰু থলুৱাভাবে তৈয়াৰী , উৎপাদিত সামগ্ৰীক প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অধিক জোৰ দিছে ৷ চৰকাৰৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শ্লোগানৰ প্ৰতি অনুপ্ৰানিত হৈ দৰংৰ দলগাঁৱৰ এজন যুৱকে নিৰ্মাণ কৰিলে এটা মোবাইল এপ ৷

এপটোৰ নাম হৈছে 'Pay Neki'। দলগাঁৱৰ নেকিবুৰ ৰহমান নামৰ প্ৰতিভাৱান যুৱকে তৈয়াৰ কৰা 'Pay Neki' এপটো ইতিমধ্যে গুগল প্লে' ষ্টোৰত উপলব্ধ ৷ গুগুল পে', ফোন পে' আদি এপসমূহৰ দৰেই নেকিবুৰে বনোৱা এই 'Pay Neki' এপটো ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Assam's app 'Pay Neki' arrives beat Google Pay Phone Pay