*গোলাঘাটত ১১৯৭ টা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন*


14/09/2021 10:27:43 AM   Moutushi         207







*গোলাঘাটত ১১৯৭ টা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন*



স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে।
১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয়। এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :